Finally here comes the good news. Mandatory Online Withdrawal Option will be available for the candidates who have been selected for the posts of Graduate Teacher (GT) & Post Graduate Teacher (PGT) in Government & Provincialized Schools under DSE, Assam.
এই সন্দৰ্ভত DSE য়ে এখন জাননী প্ৰকাশ কৰিছে। জাননী খনত থকা উল্লেখনীয় পইন্টবোৰ হ’ল –
১) GT & PGT দুয়োটা পদতে Govt. & Provincialized বিদ্যালয়ত বাচনি হোৱা প্ৰাৰ্থীসকলে যিকোনো এটা পদ ৰাখি বাকীবোৰ পদৰ পৰা নিজৰ নাম Withdraw কৰিব লাগিব।
২) Withdraw কৰাটো বাধ্যতামূলক। নিজে নকৰিলে Software য়ে Randomly কৰিব।
৩) Withdraw Option 08/04/2022 তাৰিখৰ পৰা অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব।
৪) কেৱল এটা পদত বাচনি হোৱা সকলেও সেইটো পদৰ পৰা নিজৰ নাম Withdraw কৰিব পাৰিব ।
DSE’s Official Website 👇
https://madhyamik.assam.gov.in/
Official Notice 👇

Thanks for visiting our website. Keep in touch with us for more updates.