Skip to content

Best quiz on Assamese Grammar

solve career author Amrit Sir

Welcome to your Best quiz on Assamese Grammar

1. 
ক আৰু ষ গোট খাই তলৰ কোনটো আখৰ হৈছে-

2. 
সংস্কৃত ব্যাকৰণত ব্যঞ্জনবৰ্ণবিলাকক কি বুলি কোৱা হয় ?

3. 
অসমীয়া স্বৰবৰ্ণ কেইবিধ ?

4. 
সংস্কৃতত স্বৰবৰ্ণবোৰক কি বুলি কোৱা হয় ?

5. 
য ৰ ল ৱ - এই বৰ্ণ কেইটাক কি বুলি কোৱা হয় ?

6. 
'কাৰণ' শব্দটোত কি কাৰণে মূৰ্দ্ধন্য ণ হৈছে ?

7. 
তলৰ কোনটো শব্দ শুদ্ধ ?

8. 
তলৰ কোনটো শব্দত সন্ধি হৈছে ?

Add description here!

9. 
সন্ধি ভাঙক- হিমাচল

10. 
'বৰুৱানী' শব্দটোত কিয় মূৰ্দ্ধন্য 'ণ' নহয় ?

5 thoughts on “Best quiz on Assamese Grammar”

Leave a Reply

Your email address will not be published. Required fields are marked *