Skip to content

Best Quiz on Assamese Literature

solve career author Amrit Sir

Welcome to your Best Quiz on Assamese Literature

1. 
'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটোৰ ৰচক কোন ?

2. 
সাহিত্য অকাডেমী পুৰষ্কাৰ প্ৰাপ্ত 'ৰং মিলিৰ হাঁহি' উপন্যাসখনৰ ৰচক কোন ?

3. 
'বহল ব্যাকৰণ' কাৰ ৰচনা ?

4. 
'পৃথিৱীৰ অসুখ' নামৰ গল্প পুথিখনৰ ৰচক কোন ?

5. 
কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল ?

6. 
'অনুৰাধাৰ দেশ' উপন্যাসখন কোনে লিখিছিল ?

7. 
ৰীতা চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ কৰিছিল ?

8. 
আহোম সকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল ?

9. 
অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰিছিল ?

10. 
আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?

1 thought on “Best Quiz on Assamese Literature”

Leave a Reply

Your email address will not be published. Required fields are marked *