Skip to content

10 Important Assam & Indian History

(১) কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- কণিষ্ক।

(২) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- শ্ৰী গুপ্ত।

(৩) কোনখিনি সময়ক ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়?
উত্তৰ:- গুপ্ত সাম্ৰাজ্যৰ কালছোৱাক।

(৪) কেতিয়া বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰে?
উত্তৰ:- ১৫২৬ চনত।

(৫) কেতিয়া পলাশীৰ যুদ্ধ হয়?
উত্তৰ:- ১৭৫৭ চনত।

(৬) কাৰ নেতৃত্বত আৰু কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হয়?
উত্তৰ:- মহাত্মা গান্ধীৰ নেতৃত্বত, ১৯৩০ চনত।

(৭) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন?
উত্তৰ:- নৰেন্দ্ৰ মোদী।

(৮) ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- জৱাহৰলাল নেহৰু।

(৯) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ:- ৰাজেন্দ্ৰ প্ৰসাদ।

(১০) ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- ৰাম নাথ কোবিন্দ।

Leave a Reply

Your email address will not be published. Required fields are marked *