Skip to content

SEBA Class 10 Geography Important Question and Answers 2022

We have discussed SEBA Class 10 Geography Important Question and Answers 2022 in this post. If you want to learn some of the most important questions answers for HSLC 2022, Geography(E) then read the Question Answers below.

ওলমা বা ঝুলন উপত্যকা সৃষ্টি কৰা কাৰকটো কি?

উত্তৰঃ হিমবাহ।

ইনছেলবাৰ্গ সৃষ্টি কৰা কাৰকটো কি?

উত্তৰঃ বতাহ।

হিমবাহ উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাববোৰক কি বোলে?

উত্তৰঃ পাৰ্শ্বগ্ৰাব।

সমগ্ৰ ভূ-পৃষ্ঠত স্থলভাগৰ পৰিমান কিমান?

উত্তৰঃ ২৯% ।

বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পাৰিৱেশিক সমস্যাটৌ কি?

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি।

১৮০০ চনত বিশ্বৰ আনুমানিক জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১০০ কোটি।

ছাভানা একপ্ৰকাৰৰ – A. মৰুভূমি B. ঘাহঁনি C. ওখ গছ

উত্তৰঃ B. ঘাহঁনি।

মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আৰ্থিক কৰ্ম কি?

উত্তৰঃ কৃষি।

কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত?

উত্তৰঃ আফ্ৰিকা মহাদেশত।

টাইগা অৰণ্য কোনটো প্ৰাকৃতিক অঞ্চলত অৱস্থিত?

উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলত।

বাহ্যিক প্ৰক্ৰিয়া কি?

উত্তৰঃ ভূ-পৃষ্ঠত আমি দেখাকৈ কিছুমান কাৰকে স্থলাকৃতিৰ সৃষ্টিত অৰিহনা যোগাই ভূ-পৃষ্ঠত বিভিন্ন পৰিৱৰ্তন আনে। তেনেবোৰ কাৰককে বাহ্যিক কাৰক বোলে। যেনে- বতাহ, ৰ’দ, বৰষুণ, হিমবাহ আদি।

কোনটো বালিয়াৰি অৰ্ধচন্দ্ৰাকৃতিৰ লিখা।

উত্তৰঃ বাৰখান।

ভূ-আকৃতিক বিজ্ঞান কাক বোলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে তাকেই ভূ-আকৃতিক বিজ্ঞান বোলে।

পৃথিৱীৰ উচ্চতম স্থানত থকা হদটোৰ নাম কি?

উত্তৰঃ টিটিকাকা হ্ৰদ।

কালাহাৰি মৰুভূমিৰ অঘৰী লোকসকলক কি বুলি জনা যায়?

উত্তৰঃ বুছমেন।

ডাইনচ্‌ তৃণভূমি থকা দেশখনৰ নাম কি?

উত্তৰঃ অষ্ট্ৰেলিয়া।

এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা পৰ্বতমালাটো কি?

উত্তৰঃ ইউৰাল পৰ্বতমালা।

ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৩,২৮৭,২৬৩ বৰ্গ কি. মি. ।

তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অবয়ৱ?
ক) এস্কাৰ খ) ড্ৰামলিন গ) শংকু ঘ) কেম

উত্তৰঃ গ) শংকু।

বায়ুমণ্ডলৰ কিমান উচ্চতালৈ জীৱ পাব পাৰি?

উত্তৰঃ ৫০কি.মি. উচ্চতালৈ।

TThese are the top 10 Important question answers for class 10 Geography. If you want more topics like this then please comment below.

Please share this Geography question answers notes with others.

Tags:

2 thoughts on “SEBA Class 10 Geography Important Question and Answers 2022”

  1. Pingback: CLASS 10 GEOGRAPHY CHAPTER-1 IMPORTANT QUESTIONS & ANSWERS - Solve Career

Leave a Reply

Your email address will not be published. Required fields are marked *