Skip to content

MOST IMPORTANT GENERAL KNOWLEDGE QUESTION ANSWERS OF INDIAN GEOGRAPHY

1.মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি?

উত্তৰঃ সপ্তম।

2.ভাৰতৰ কোন ৰাজ্যত চিল্কা হ্ৰদটো অৱস্থিত?

উত্তৰঃ উৰিষ্যা ৰাজ্যত।

3. ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কি?

উত্তৰঃ উত্তৰ প্ৰদেশ।

4. ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন?

উত্তৰঃ অৰুণাচল প্ৰদেশ।

5. ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৩,২৮৭, ২৬৩ বৰ্গ কি. মি. ।

6. লকটক্‌ হ্ৰদ ক’ত অৱস্থিত?

উত্তৰঃ মণিপুৰত।

Important and Common GK for Quiz

7. থৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

উত্তৰঃ ৰাজস্থানত।

8. ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ কিমান?

উত্তৰঃ ৭০০ কি. মি. ।

9. বুহ্মপুত্ৰ নদীৰ উৎস কি?

উত্তৰঃ চীন দেশৰ তিব্বত মালভূমিত থকা চেমা- য়ুংদুং নামৰ হিমবাহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎস।

10. হিমালয় পৰ্বতমালাৰ দৈৰ্ঘ কিমান?

উত্তৰঃ ২, ৫০০ কি. মি. ।

11. ভাৰতৰ সৰ্বাধিক ঘনত্বৰ জনসংখ্যা থকা ঠাইখন কি?

উত্তৰঃ দিল্লী।

12. গংগা নদীৰ উৎস কি?

উত্তৰঃ গংগোত্ৰী হিমবাহ।

Top 25 General knowledge Questions of Indian Geography

13. ভাৰতত প্ৰথম কপাহী বয়ন উদ্যোগ কেতিয়া আৰু ক’ত স্থাপন হৈছিল?

উত্তৰঃ ১৮৫৪ চনত মুম্বাইত।

14. আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?

উত্তৰঃ প’ৰ্ট ব্লেয়াৰ।

15. দুখৰ নদী বুলি কোন নদীক জনা যায়?

উত্তৰঃ দামোদৰ নদীক।

16. ভাৰতৰ আটাইতকৈ দীঘল নদীখন কি?

উত্তৰঃ গংগা।

17. ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী।

18. ভাৰতৰ দীৰ্ঘতম দলংখন কি?

উত্তৰঃ ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া সেতু।

19. ভাৰতৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি থকা ৰাজ্যখন কি?

উত্তৰঃ কেৰেলা।

20. ভাৰতৰ জনবসতিৰ গড় ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গকিলোমিটাৰত ৩২৪ জন।

21. ভাৰতৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি?

উত্তৰঃ কৰ্কটক্ৰান্তি ৰেখা।

22. মৌচুমী বতাহৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত ৰাজ্যখনৰ নাম কি?

উত্তৰঃ তামিলনাডু।

23. ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি?

উত্তৰঃ হীৰাকুড বান্ধ।

24. জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখন কি?

উত্তৰঃ ছিকিম।

25. প্ৰাক-বৰ্ষাকালত অসমত হোৱা ধুমুহা বতাহৰ নাম কি?

উত্তৰঃ বৰদৈচিলা।

Here 25 most important GK questions with answers of Indian Geography which are very important for all competitive examination and also for Class 10 Social Science and Geography. If you like these questions please do comment and share to others.. Thanks

2 thoughts on “MOST IMPORTANT GENERAL KNOWLEDGE QUESTION ANSWERS OF INDIAN GEOGRAPHY”

Leave a Reply

Your email address will not be published. Required fields are marked *