Skip to content

Most Important Geography General Knowledge Questions with Answers.

Here 20 Most Important Geography questions with answers which are important for every competitive exam. These are also important for Class10 Geography and Social Science. Please read all the quesions carefully. If you like these question don’t forget to comment and share to students.

1. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি?

উত্তৰঃ এণ্ডিজ।

2. পৃথিৱীৰ আটাইতকৈ বহল নদী কি?

উত্তৰঃ আমাজান।

3. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন কি?

উত্তৰঃ আটলাণ্টিক মহাসাগৰ।

4. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কি?

উত্তৰঃ মাউণ্ট এভাৰেষ্ট। (৮,৮৪৮ মিটাৰ)

5. পৃথিৱীৰ উচ্চ মালভূমি কি?

উত্তৰঃ পামিৰ।( ৪,৮৭৩ মিটাৰ)

Most Important World Geography Questions with Answers

6. পৃথিৱীৰ আটাইতকৈ গভীৰ খাঁত কি?

উত্তৰঃ মেৰিয়ানা খাঁত। (১১,০৩৩ মিটাৰ)

7. পৃথিৱীৰ আটাইতকৈ উষ্ণ ঠাই কি?

উত্তৰঃ পাকিস্তানৰ জোকোকাবাদ।

8. পৃথিৱীৰ শীতলতম ঠাই কি?

উত্তৰঃ ছাইবেৰিয়াৰ ভাৰ্খয়ানক্স।

9. পৃথিৱীৰ আটাইতকৈ শুকান ঠাই কি?

উত্তৰঃ গোবি মৰুভূমি।

10. পৃথিৱীৰ বৃহত্তম হ্ৰদটো কি?

উত্তৰঃ কাস্পিয়ান হ্ৰদ।

Here is 20 most important GK questions on world Geography

11. পৃথিৱীৰ দীৰ্ঘতম নদী কি?

উত্তৰঃ নীল নদী।

12. পৃথিৱীৰ উচ্চতম স্থানত থকা হ্ৰদটো কি?

উত্তৰঃ টিটিকাকা হ্ৰদ।

13. পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কি?

উত্তৰঃ ওছেনিয়া মহাদেশ।

14. পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটো কি?

উত্তৰঃ বৈকাল হ্ৰদ।

15. পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কি?

উত্তৰঃ চেৰাপুঞ্জিৰ মৌচিনৰাম অঞ্চল।

16. পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কি?

উত্তৰঃ মাজুলী।

17. পৃথিৱীৰ বৃহত্তম ব-দ্বীপ কি?

উত্তৰঃ সুন্দৰবন।

18. পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কি?

উত্তৰঃ গডউইন অষ্টিন।

19. পৃথিৱীৰ উচ্চতম পৰ্বত কি?

উত্তৰঃ হিমালয়।

20. পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ মালভূমি কি?

উত্তৰঃ তীব্বত মালভূমি।

Here I have discussed most common GK questions with answers hope you all will be benefitted from it.

Tags:

1 thought on “Most Important Geography General Knowledge Questions with Answers.”

Leave a Reply

Your email address will not be published. Required fields are marked *